Premoreh Khiriki by Jyotin Lyrics
ৰাতিৰ উমাল জাৰৰ নিশাতে ।
তোমাৰ সতে পতা গোপন কথা।
ছায়া হৈ আহা মনলে |
আঁকোৱালি লোৱা বুকুতে।
সপোন দেখো দিঠকতে |
পুলকিত হও সেই আশাবোৰতে |
আহানা কাষলে এবাৰ মোৰ হবলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
🎶
ফাগুনৰ চেচা বতাহ জাকে |
ৰিমঝিম মনতে শিহৰণ আনে |
লৈ যোৱা মোক তোমাৰ কাষলে |
পামনে তোমাক মোৰ কাষতে |
সপোন দেখো দিঠকতে |
পুলকিত হও সেই আশাবোৰতে |
আহানা কাষলে এবাৰ মোৰ হবলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
🎶
Yes! Love is beautiful......
তোমাৰ সতে পতা গোপন কথা।
ছায়া হৈ আহা মনলে |
আঁকোৱালি লোৱা বুকুতে।
সপোন দেখো দিঠকতে |
পুলকিত হও সেই আশাবোৰতে |
আহানা কাষলে এবাৰ মোৰ হবলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
🎶
ফাগুনৰ চেচা বতাহ জাকে |
ৰিমঝিম মনতে শিহৰণ আনে |
লৈ যোৱা মোক তোমাৰ কাষলে |
পামনে তোমাক মোৰ কাষতে |
সপোন দেখো দিঠকতে |
পুলকিত হও সেই আশাবোৰতে |
আহানা কাষলে এবাৰ মোৰ হবলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
আবেগৰ পাৰ ভাঙি আহা মোৰ মনলে |
🎶
Yes! Love is beautiful......